আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা যদি কোভিড-১৯ পৰীক্ষাত পজিটিভ হয় তেন্তে কি কৰিব?

পৰীক্ষাৰ ফল পাবলৈ বা পৰীক্ষা কৰোৱাৰ বাবে অপেক্ষা কৰি নাথাকিব – তৎক্ষণাৎ নিজকে আছুতীয়া কৰি ৰাখক যিকোনো লক্ষণ অনুভৱ কৰিলে। ভয় নাখাব। মনত ৰাখিব যে বেছিভাগ মানুহে কোভিড-১৯ৰ পৰা সুস্থ হৈ উঠে আৰু চিকিৎসালয়ত ভৰ্তি হ’ব লগা নহয়। কিন্তু প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওঁক

ইউনিচেফ ভাৰতে বিশ্ব স্বাস্থ্য সংন্থা, এমঅ’এইছএফডাব্লিউ আৰু এইমছৰ পৰামৰ্শ ব্যৱহাৰ কৰিছে।
03 মে’ 2021

ভাৰতত সকলোৰে বাবে এয়া এক কঠিন সময়। আমি এই পৰামৰ্শসমূহ আগবঢ়াইছোঁ কোভিড-১৯ পজিটিভ বা লক্ষণ থকা সকললৈ। আপোনাৰ চৌপাশৰ সকলোলৈ এয়া আগবঢ়াই দিয়ক।

COVID-19 infographic in Assamese.