আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা যদি কোভিড-১৯ পৰীক্ষাত পজিটিভ হয় তেন্তে কি কৰিব?
ভাৰতত সকলোৰে বাবে এয়া এক কঠিন সময়। আমি এই পৰামৰ্শসমূহ আগবঢ়াইছোঁ কোভিড-১৯ পজিটিভ বা লক্ষণ থকা সকললৈ। আপোনাৰ চৌপাশৰ সকলোলৈ এয়া আগবঢ়াই দিয়ক। COVID-19 infographic in Assamese.