ভাৰতত সকলোৰে বাবে এয়া এক কঠিন সময়। আমি এই পৰামৰ্শসমূহ আগবঢ়াইছোঁ কোভিড-১৯ পজিটিভ বা লক্ষণ থকা সকললৈ। আপোনাৰ চৌপাশৰ সকলোলৈ এয়া আগবঢ়াই দিয়ক।
শিশুক শিশু বিকাশ সেৱাসমূহ আগবঢ়োৱাত অসমৰ জটিল সামাজিক, ৰাজনৈতিক আৰু ভৌগোলিক বাস্তৱিকতাই প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে।